Md Azahar Uddin Aj·Jan 21, 2018ভাৱিছিলো ডাৱৰীয়া আকাশখন এদিন ফৰকাল হৱ নদীৰ তীৰত কঁহুৱা ফুলিৱ…ভাৱিছিলো ডাৱৰীয়া আকাশখন এদিন ফৰকাল হৱ নদীৰ তীৰত কঁহুৱা ফুলিৱ… সপোনৰ কাৰেঙত সৰগৰ কুঁৱৰী আহিব… সোণোৱালী বেলিতো লাহে লাহে হালধীয়া হৈ…
Md Azahar Uddin Aj·Jan 21, 2018পৃথিৱীৰ প্ৰতিজন মানুহেই সুন্দৰ আৰু সকলোতকৈ সুন্দৰ নিজৰ মনটো?অন্য কোনো যিমানেই নিখুঁত নহওঁক কিয় ভালপোৱা আপোনজন সকলোতকৈ ওপৰত থাকে? সচাঁ ভালপোৱা হলে মাজে মাজে খং অভিমান হয়টো কেতিয়াবা কাজিয়াও কৰা হয়…
Md Azahar Uddin Aj·Jan 21, 2018#_ভুল_ জীৱনৰ প্ৰথম ভুল আছিল-তোমাৰ লগত পৰিচয় হোৱাটো.মই যি কৰিছো ভুলে কৰিছো তোমি হে ঠিক কৰিছা yes u r Right.